অসম

assam

By

Published : May 20, 2022, 2:22 PM IST

ETV Bharat / videos

মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ আছে : বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

‘‘মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ আছে (Government is also at fault for price hike)। চৰকাৰে সুলভ মূল্যত চাউল বিতৰণ কৰি শিক্ষিত কৃষকসকলক কৰ্মবিমুখ কৰি তুলিছে ৷ যাৰ ফলতে দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে (Price hike in Assam)’’ ৷ শুকুৰবাৰে মূল্যবৃদ্ধি সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে (MLA Dharmeswar Konwar reacts on price hike in Assam) ৷ সেয়ে মূল্যবৃদ্ধি ৰোধৰ সম্পৰ্ক চৰকাৰে দলীয় মজিয়াত বিভিন্ন আলাপ-আলোচনা কৰি আছে বুলিও মন্তব্য কৰে সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details