অসম

assam

বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰে ভৰিছে বিহুৰ বজাৰ

By

Published : Apr 12, 2022, 5:20 PM IST

বোকাখাতত বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ অভিযান (Golaghat Administrations seized outside made Gamucha at Bokakhat) ৷ গোলাঘাট জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে মঙলবাৰে বোকাখাতত এই অভিযান চলোৱা হয় । বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত আৰক্ষী, অসম চৰকাৰৰ ৰেচম বিভাগ, হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ লগতে কৰ বিভাগৰ যৌথ অভিযানত বোকাখাতৰ বহু বিপনীৰ পৰা জব্দ কৰা হয় বহিঃৰাজ্যত নিৰ্মিত গামোচা । উল্লেখ্য যে, থলুৱা শিপিনীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

ABOUT THE AUTHOR

...view details