চাইকেলেৰে অসমত বিদেশী পৰ্যটক - বিদেশী পৰ্যটক
কোনো অভিলেখৰ বাবে যাত্ৰা নহয়, চাইকেলেৰে এদল বিদেশী পৰ্যটকে এক শুভ বাৰ্তা কঢ়িয়াই সূৰ্য উঠা দেশত উপস্থিত হৈছেহি ৷ সুদূৰ মালেছিয়াৰ পৰা যাত্ৰা কৰি প্লাষ্টিক মুক্ত কৰিবলৈ সজাগতা সৃষ্টিৰে চাইকেল যাত্ৰাৰে অসমত উপস্থিত ৪ জনীয়া পৰ্যটকৰ দলটো ৷