অসম

assam

ETV Bharat / videos

ভোটগণনাৰ প্ৰাকক্ষণত কি ক’লে এজেপি প্ৰাৰ্থী চামচেৰ সিঙে?

By

Published : May 2, 2021, 9:08 AM IST

তিনিচুকীয়াৰ মহিলা আইটিআই খেলপথাৰত জিলাখনৰ তিনিটা সমষ্টিৰ ভোটগণনা আৰম্ভ । ডিগবৈ, তিনিচুকীয়া আৰু ডুমডুমা তিনিটা সমষ্টিৰ ভোটগণনা আৰম্ভ । গণনাৰ প্ৰাকক্ষণত কি ক’লে তিনিচুকীয়াৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চামচেৰ সিঙে?

ABOUT THE AUTHOR

...view details