আগন্তুক ৭২ ঘন্টাৰ বাবে জটিল লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্য
লুৰিণজ্যোতি গগৈৰ মাতৃৰ স্বাস্থ্য আগন্তুক ৭২ ঘণ্টাৰ বাবে জটিল অৱস্থাত থাকিব বুলি চিকিৎসকে ভাষ্য প্ৰদান কৰিছে । বৰ্তমানেও ডুলু গগৈক ৰখা হৈছে ভেণ্টিলেচনত । লুৰিণৰ মাতৃৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে যদিও তেওঁৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰিছে ।
Last Updated : Mar 29, 2021, 4:33 PM IST