অসম

assam

By

Published : Oct 30, 2021, 7:00 PM IST

ETV Bharat / videos

গ্ৰাহক আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট

ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । গ্ৰাহক আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট । চি চি টিভিত বন্দী মাৰপিটৰ সমগ্ৰ দৃশ্য ৷ ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা । চৰকাৰে যোগান ধৰা মুখ্যমন্ত্ৰী আকাশদীপ যোজনাৰ বাল্ব লাভ নকৰাত বিদ্যুৎ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মহচেন আলীক আক্ৰমণ গ্ৰাহকৰ । গুৰুতৰভাৱে আহত হৈছে বিদ্যুৎ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকী ৷

ABOUT THE AUTHOR

...view details