অসম

assam

By

Published : Apr 18, 2019, 11:56 AM IST

ETV Bharat / videos

শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ ভোটদান

শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ ভোটদান ৷ ভোটদান কৰিয়ে সুস্মিতা দেৱৰ মন্তব্য শিলচৰত বিজেপিয়ে যথেষ্ট শক্তি প্ৰদৰ্শন কৰিছে ৷ কিন্তু জনসাধাৰণে উচিত নিৰ্ণয় ল’ব বুলি উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ শিলচৰত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন..

ABOUT THE AUTHOR

...view details