অসম

assam

By

Published : Nov 21, 2019, 6:54 PM IST

ETV Bharat / videos

গুণোৎসৱ নহয় গুণোত্তৰণ, কি এই গুণোত্তৰণ!

মৰিগাঁও নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ নিলগত অৱস্থিত এখন বিদ্যালয় ৷ নাম, পটুৱাকটা মধ্য ইংৰাজী বিদ্যালয় ৷ আন চৰকাৰী বিদ্যালয়তকৈ পৃথক এই বিদ্যালয়খন ৷ বিদ্যালয়খনৰ শিক্ষক কৌশিক দেৱনাথৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে ২০১২ চনত আৰম্ভ হৈছিল - গুণোত্তৰণ ৷ চাওক ETV Bharatৰ এক বিশেষ প্ৰতিবেদনঃ

ABOUT THE AUTHOR

...view details