অসম

assam

By

Published : Jul 31, 2020, 1:00 AM IST

ETV Bharat / videos

কলিয়াবৰত নতুনকৈ ছয় জন লোকৰ দেহত কৰ’ণা ভাইৰাছ

বৃহস্পতিবাৰে কলিয়াবৰত ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰে ছয় জনকৈ লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ জখলাবন্ধা জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত বুধবাৰৰ পৰা চলাই থকা হৈছে ৰেপিড এন্টিজেন টেষ্ট । বৃহস্পতিবাৰে স্বাৱ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে ভয়াবহ তথ‍্য । পৰীক্ষাত ছয় জনকৈ লোকক ক’ভিড-19 পজিটিভ পোৱা যায় । আটাইকেইজন জখলাবন্ধাৰ এটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে । ইতিমধ‍্যে আটাইকেইজনক নগাঁও ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details