অসম

assam

ETV Bharat / videos

ডিব্ৰুগড়ত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দায়িত্ব গ্ৰহণ

By

Published : Dec 9, 2021, 9:46 PM IST

ডিব্ৰুগড় জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাই গ্ৰহণ কৰিলে দায়িত্ব(BJP minority marcha takes responsibility in Dibrugarh) । আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পিছতে জিলা বিজেপিৰ উপ-সভাপতি তথা অসম নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আৰু সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি ছাজাদ ৰচিদ হকৰ সংবাদমেল । মৰ্চাৰ ১৫ জনীয়া নতুন বিষয়ববীয়া সকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে সভাপতি ছাজাদ ৰচিদ হকে । অন্যহাতে সংবাদমেলৰ পিছতে দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱটৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়(Mourning for CDS general Bipin Ranwats death) ।

ABOUT THE AUTHOR

...view details