অসম

assam

ETV Bharat / videos

জৈৱিক কৃষি প্ৰণালীৰ হাব হোৱাৰ দিশে বিশ্বনাথ

By

Published : May 3, 2019, 8:39 PM IST

যি সময়তে অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অধিক উৎপাদনৰ লাভেৰে খেতি কৰি আহিছে । সেই সময়তে বিশ্বনাথৰ "প্ৰকৃতি আৱিষ্কাৰ কেন্দ্ৰ স্বেচ্ছাসেৱী সংগঠন"ৰ মানৱ জীৱনৰ প্ৰতি দৃষ্টি ৰাখি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ভোট জলকীয়া আৰু অন্যান্য খেতি প্ৰণালীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

...view details