অসম

assam

নগাঁৱত 144 ধাৰা ভংগ কৰি অব্যাহত আতচবাজীৰ ব্যৱসায়

By

Published : Nov 13, 2020, 6:41 PM IST

দীপাৱলীৰ এদিন পূৰ্বে নগাঁৱত 144 ধাৰা ভংগ কৰি অব্যাহত আছে আতচবাজীৰ ব্যৱসায় । পদপথত আতচবাজী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও জিলা প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা অমান্য কৰিছে আতচবাজীৰ খুচুৰা ব্যৱসায়ীসকলে । বিভিন্ন ফটকা বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাকো ভ্ৰূক্ষেপ নকৰিলে ব্যৱসায়ীসকলে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details