অসম

assam

By

Published : Oct 7, 2021, 10:04 AM IST

ETV Bharat / videos

পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ

‘‘অসমৰ জাতি-মাটি, কৃষ্টি-সংস্কৃতি আগ্ৰাসনৰ সুযোগ দিয়া দলে সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ক সমালোচনা কৰাতো হাস্যকৰ । সুশান্ত বুঢ়াগোহাঁই বৰ্তমান উন্নয়নৰ পক্ষলৈ আহিছে । বছৰ বছৰ ধৰি অসমত শাসন কৰি মিঞাক ৰঙা দলিচা পাৰি দি ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ডকে আদি কৰি সকলো সুবিধা প্ৰদান কৰা কংগ্ৰেছে তেওঁক বিশ্বাসঘাটক বুলি কোৱাতো অতিকৈ হাস্যকৰ ’’ । বুধবাৰে ৰঙিয়াৰ বিজেপি দলৰ এখন নাগৰিক সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য আগবঢ়ায় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া(Dilip Saikia)ই । লগতে উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ ৰাইজক আহ্বান জনায় সাংসদগৰাকীয়ে ৷ শুনক তেওঁৰ মুখেৰে...

ABOUT THE AUTHOR

...view details