অসম

assam

By

Published : Dec 25, 2021, 9:05 PM IST

ETV Bharat / videos

বিজেপিত যোগ দিয়াৰ মন কেইবাজনো বিৰোধী দলৰ বিধায়কৰ

শাসকীয় বিজেপি দলৰে যোগাযোগ অব্যাহত ৰাখিছে বিৰোধী দলৰ কেইবাজনো বিধায়কে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আৰম্ভ হোৱা বিকাশমুখী যাত্ৰাৰ প্ৰতি আকৰ্ষিত হৈছে বহুকেইজন বিৰোধী দলৰ বিধায়ক ৷ বিজেপিত যোগদানৰ বাবে আশা প্ৰকাশ কৰিলেও এই মুহূৰ্তলৈকে সিদ্ধান্ত লোৱা লাই কোনকেইজন বিধায়কক দলত অন্তৰ্ভূক্ত কৰাব (Most of the opposition MLAs want to join BJP)৷ শনিবাৰে ৰঙিয়াত স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত দিয়ে এনে মন্তব্য ৷

ABOUT THE AUTHOR

...view details