অসম

assam

By

Published : Jan 3, 2022, 10:51 PM IST

ETV Bharat / videos

গোহালি নহয়; এইবাৰ ব্ৰইলাৰ ফাৰ্মত সোমাল বাঘ

ছিপাঝাৰৰ শ’লপাম গাঁৱত বাঘৰ আতংক (Leopard menace at Shipajhar)৷ গাঁওখনৰ ব্ৰইলাৰ ফাৰ্ম এখনৰ ভিতৰত অৱস্থান এটা নাহৰফুটুকী বাঘৰ ৷ সন্ধিয়া ব্ৰইলাৰক দানা দিবলৈ আহি বাঘটো প্ৰত্যক্ষ কৰে ফাৰ্মৰ গৰাকীয়ে ৷ বন বিভাগক খবৰ দিয়া হৈছে যদিও এই পৰ্যন্ত উপস্থিত হোৱা নাই ৷ গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি ৷

ABOUT THE AUTHOR

...view details