অসম

assam

ETV Bharat / videos

বৰাকত অসমীয়া ভাষাৰ বিতৰ্কক লৈ খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

By

Published : Oct 21, 2021, 10:35 PM IST

বৰাকত হৈ খকা অসমীয়া ভাষাৰ বিতৰ্কক লৈ খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া । বৰাকত অসমীয়া ভাষাক কৰা অপমানক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া । শিলচৰত অসমীয়া ভাষাক অপমান কৰা কাণ্ডক লৈ হোজাইত খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া । বেংগলী সংগঠনৰ এনে কাৰ্যক তীব্ৰ গৰিহনা হোজাই জিলা খিলঞ্জীয়া ছাত্ৰ সন্থাৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ দোষীক কৰায়ত্ব কৰি শাস্তী প্ৰদানৰ দাবী জনায় সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details