বাংলাদেশী প্ৰব্ৰজনক লৈ কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ?
মঙলবাৰে হোজাই আৰু লামডিঙত নিৰ্বাচনী প্ৰচাৰ চলায় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ হোজাইৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু লামডিঙত শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী ভাষণত বাংলাদেশী প্ৰব্ৰজনক লৈ কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ?