অসম

assam

ETV Bharat / videos

আমগুৰিত ক'ভিড মহামাৰী সন্দৰ্ভত সজাগতা কাৰ্যসূচী

By

Published : Apr 22, 2021, 8:48 PM IST

শিৱসাগৰৰ আমগুৰি মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ক'ভিড মহামাৰী সন্দৰ্ভত সজাগতা কাৰ্যসূচী ৷ আমগুৰি নগৰ চাৰিআলিত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে মহাবিদ্যালয়ৰ আইকিউএচি আৰু এনএচএচ বিভাগে ৷ উক্ত কাৰ্যসূচীত আমগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষা আছফিয়া চুলতানা, অধ্যাপক হিমান্ত বুঢ়াগোঁহাইকে ধৰি আইকিউএচি আৰু এনএচএচ বিভাগৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details