অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ - শিৱসাগৰ
অসম বংগ সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য । প্ৰতিটো ক্ৰিয়াৰে বিপৰীত প্ৰতিক্ৰিয়া থাকে বুলি উল্লেখ কৰে অসম বংগ সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য । প্ৰতিটো ক্ৰিয়াৰে বিপৰীত প্ৰতিক্ৰিয়া থাকে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে সদনত যি ক’ব সেয়া তথ্যৰ ওপৰত ভিত্তি কৰি ক’ব অসত্য ওপৰত নহয় । শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাক আটক কৰা সন্দৰ্ভত কয় যে, মই পুৱাই এই সন্দৰ্ভত ডিজিপিক ফোন কৰি কৈছো যে তেওঁলোকক আটক কৰাৰ কোনো প্ৰয়োজন নাই । গণতন্ত্ৰত কোনোৱাই প্ৰতিবাদ কৰিলে তাত আৰক্ষী সোমাব নালাগে । কোনোবাই প্ৰতিবাদ কৰিলে আমি ৰাজনৈতিকভাৱে প্ৰতিবাদ কৰিম ।