অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত হাহাকাৰ , বছৰ বছৰ ধৰি বঞ্চিত শিক্ষক - অসমীয়া
এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ শিক্ষাখণ্ড ৷ 1984 চনতে স্থাপিত হোৱা চিৰাং জিলাৰ অন্তৰ্গত পূৰ্ব বাসবাৰী প্ৰাথমিক বিদ্যালয় নামৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনে 2017 -18 বৰ্ষত বিটিচি প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় 10 লাখ টকাৰ অনুমোদন লাভ কৰাৰ পাছতো বিভিন্ন চৰকাৰী বেমেজালিৰ বাবে বিদ্যালয়খন বৰ্তমানলৈকে প্ৰাদেশীকৃত নহ'ল যাৰ বাবে নামত চৰকাৰী হ'লেও কাৰ্যত বিদ্যালয়খন পৰিণত হৈছে টিউচন কেন্দ্ৰলৈ ৷ চাওঁক আমাৰ এই প্ৰতিবেদন.....
Last Updated : Aug 8, 2019, 1:07 PM IST