অসম

assam

By

Published : Mar 19, 2021, 4:34 PM IST

ETV Bharat / videos

লাহৰীঘাটত নিৰ্বাচনলৈ কেনেদৰে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী কিদাৰু জামান জিন্না

81 নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাই শেহতীয়াকৈ কেনেদৰে অব্যাহত ৰাখিছে প্ৰচাৰ ৷ সমস্যাবহুল সমষ্টিটোত কি কি সমস্যাই প্ৰাধান্য পাব বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ ক্ষেত্ৰত। পাৰিব নে কংগ্ৰেছৰ দুৰ্গ ৰূপে খ্যাত লাহৰীঘাটত ফুল ফুলাবলৈ ৷ ফেক্টৰ ন'হবনে নিৰ্দলীয় প্ৰাৰ্থী চিদ্দিক আহমেদ ৷ সম্প্ৰতি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ড৹ নজৰুল ইছলামৰ পুত্ৰ আৰু মহাজোঁটবন্ধনৰ প্ৰাৰ্থী ড৹ আশ্বিফ নাজাৰক মুখ থেকেচা খোৱাবলৈ সক্ষম হ'ব নে বিজেপিৰ মনোনীত প্ৰাৰ্থী গৰাকী ৷ এই সন্দৰ্ভত মৰিগাঁৱৰ সংবাদদাতা ৰাতুল ডেকাৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details