অসম

assam

By

Published : Mar 25, 2021, 6:09 PM IST

ETV Bharat / videos

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

অৱশেষত অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে প্ৰথম পৰ্যায়ত হ'বলগা ভোট গ্ৰহণৰ পাছতে EVM মেচিনত বন্দী হ'ব 264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ চাওঁ আহক, প্ৰথম পৰ্যায়ৰ এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত ৰাজ্যৰ কিমানগৰাকী লোকে ভোটদান সাব্যস্ত কৰিব তাৰেই সবিশেষ ৷

ABOUT THE AUTHOR

...view details