আই পি এলঃ কাৰ দখলত আছে ORANGE-PURPLE কেপ
চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১২ মে'ত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই পি এলৰ দ্বাদশ সংস্কৰণৰ চূড়ান্ত মেচ । বৰ্তমান টুৰ্ণামেণ্টখনত ORANGE আৰু PURPLE কেপ অধিকাৰ কৰি আছে - ডেভিদ ৱাৰ্নাৰ আৰু কাগিছ ৰাবাডাই ।