অসম

assam

By

Published : Nov 6, 2022, 12:39 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Theft at Bashistha: পুনৰ মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড

মহানগৰীত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা(Thief case increasing in Guwahati) । পুনৰ মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে চুৰিকাণ্ড । মহানগৰীৰ সত্য কলিতা নামৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ড(Theft in Basishtha) । কিছুদিন পূৰ্বেও সত্য কলিতাৰ ঘৰত চোৰে চলাইছিল চাফাই অভিযান । ঘৰৰ তলা ভাঙি প্ৰৱেশ কৰি, আলমাৰি ভাঙি লুটি নিয়ে লক্ষাধিক টকাৰ অলংকাৰ । সোণৰ অলংকাৰ সৈতে চোৰে লুটি লৈ যায় নগদ ধন । আৰক্ষীয়ে ইতিমধ্যেই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details