অসম

assam

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সমিতিত শান্তনু পূজাৰী

By

Published : Sep 21, 2022, 9:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি (President of Jorhat District Sports Association) শান্তনু পূজাৰীক সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন লীগ সমিতিৰ উপাধ্যক্ষ হিচাপে নিযুক্তি (Shantanu Pujari appointed vice president of AIFFLC)দিয়া হৈছে । শান্তনু পূজাৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত এনেধৰণ গুৰত্বপূৰ্ণ পদত নিযুক্তি লাভ কৰাৰ পিছত যোৰহাটত আনন্দ বন্যা বৈছে । তাৎপৰ্যপূৰ্ণ যে যোৰহাট ক্ৰীড়া সন্থাৰ গুৰত্বপূৰ্ণ দায়িত্বত থাকি পূজাৰীয়ে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰা প্ৰতিভা উলিয়াই আনি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে । লগতে এইসকল খেলুৱৈয়ে বিভিন্ন শিতানত পদ দখল কৰিবলৈও সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details