অসম

assam

ETV Bharat / videos

কামপুৰত বিৰল প্ৰজাতিৰ পক্ষী উদ্ধাৰ

By

Published : Sep 10, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

কামপুৰত বিৰল প্ৰজাতিৰ পক্ষী উদ্ধাৰ । কামপুৰ বজাৰৰ মাজমজিয়াত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ পক্ষীটো (Rare bird rescue at Kampur)। পক্ষীটো চাবলৈ ভিৰ কৰে বিভিন্নজনে । বিৰল পক্ষীটো ক'ৰ পৰা কেনেকৈ আহিল তাকেই লৈ কৌতূহলৰ সৃষ্টি হয় স্থানীয় লোকৰ মনত । প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ পক্ষীটো ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details