অসম

assam

Raasleela 2022: যোৰহাটৰ হাতীগড়ত ৰাসৰ প্ৰস্তুতি

By

Published : Nov 10, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

পূৱ যোৰহাটৰ হাতীগড়ত অৱস্থিত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ, অসমৰ উদ্যোগত আৰু হাতীগড়বাসীৰ সহযোগত ১১ নৱেম্বৰ শুক্ৰবাৰে ২৮ সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিবলৈ লোৱা হৈছে(Preparations for the celebration of Raas) ৷ অঞ্চলৰ অন্যতম সাংস্কৃতিক ব্যক্তি প্ৰয়াত ৰাজুমণি বৰাৰ পবিত্ৰ স্মৃতিত অঞ্চলৰ বাচকবনীয়া শিল্পীৰ সমাহাৰে উক্ত ৰাসভাগি অনুষ্ঠিত কৰাৰ দিহা কৰিছে উদ্যোক্তাসকলে(Raas fastivel in Jorhat) । উল্লেখযোগ্য যে এইবাৰ মাজুলীৰ চামগুৰি সত্ৰৰ আকৰ্ষণীয় দৃশ্যসজ্জা তথা মুখাশিল্পৰ প্ৰয়োগেৰে ঐতিহাসিক কলাক্ষেত্ৰৰ ৰাস মঞ্চ জীপাল কৰি তুলিব ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details