অসম

assam

By

Published : Dec 16, 2022, 7:55 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

Fire in Nagaon : নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ দলঙত অগ্নিকাণ্ড

নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ড (Fire in Nagaon) । জুয়ে আৱৰি ধৰে কাঠৰ দলং (Fire in Nagaon bridge) । অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত নিৰ্বাপণ কৰা হয় জুই । জ্বলন্ত চিগাৰেটৰ টুকুৰাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ । একাংশ নিচাসক্ত যুৱকৰ ঘাটিলৈ ৰূপান্তৰ হৈছে দলংখন । তেনে যুৱকেই অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details