অসম

assam

By

Published : Oct 4, 2022, 2:00 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / videos

যোৰহাটত সুৰাৰ ৰাগীত মাতাল বিবাহিতা মহিলাৰ লগতে যুৱকৰ তাণ্ডৱ

যোৰহাটত দুৰ্গা পূজাৰ মহাষ্টমীৰ নিশা মাতাল বিবাহিতা মহিলা তাণ্ডৱ (Drunk lady in Jorhat)৷ নিশা মহিলাগৰাকীয়ে আৰক্ষীৰ পোছাকত ধৰি অপদস্থ কৰাৰো অভিযোগ উথাপিত হৈছে ৷ যোৰহাটৰ এটি ৰোডত মাজনিশা সংঘটিত হয় এই ঘটনা (Jorhat drunk lady video)৷ বিবাহিতা মহিলাৰ তাণ্ডৱত অতিষ্ট আৰক্ষী আৰু সচেতন লোক ৷ সুৰাৰ ৰাগিত মতাল মহিলাগৰাকীয়ে দুজন যুৱকৰ ম’বাইল ফোনো ভাঙি পেলায় ৷ আনহাতে পূজাৰ নিশা(Durga Puja in Jorhat) যোৰহাটৰ ভিন্ন স্থানত দেখা গ’ল আন সুৰাসক্ত যুৱকৰো তাণ্ডৱ ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details