অসম

assam

By

Published : Nov 23, 2022, 4:56 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / videos

Chirang Teacher Attack : চিৰাঙত ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰা শিক্ষকক প্ৰহাৰ অভিভাৱকৰ

চিৰাঙৰ বাসুগাঁৱত অপ্ৰীতিকৰ পৰিস্থিতি (Unpleasant situation at Basugaon in Chirang) । বাসুগাঁৱৰ ৰাজা অজিত নাৰায়ণদেৱ ছোৱালী এম ই স্কুলৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ গাত এজন শিক্ষকে হাত দিয়াক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয় (Teacher allegedly misbehave of girl student) । ছাত্ৰীৰ শৰীৰৰ আপত্তিজনক অংশত হাত দিয়াৰ অভিযোগ (Allegedly touch objectionable part of girl student)। দীপক ভকত নামৰ শিক্ষকজনক বিদ্যালয়ত প্ৰৱেশ কৰি শ্ৰেণীকোঠাৰ ভিতৰতে জোতা-চেণ্ডেলেৰে প্ৰহাৰ অভিভাৱকৰ । শিক্ষকজনৰ বিৰুদ্ধে পূৰ্বতেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনাৰ ফলত এক উত্তেজনাপুৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৱাসুগাঁৱত । উত্তেজিত অভিভাৱকে পিচত বাসুগাঁও থানা ঘেৰাও কৰি প্ৰতিবাদ কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details