TMC protest in Guwahati: ৰিপুন বৰাৰ নেতৃত্বত গুৱাহাটীত গণস্বাক্ষৰ অভিযান
আকাশলংঘী মূল্যবৃদ্ধি আৰু পৌৰকৰ বৃদ্ধিৰ লগতে গুৱাহাটী মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰাৰ দাবীত বুধবাৰে অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Assam TMC protest in Guwahati)৷ অসম তৃণমূল কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচীৰ লগতে গণস্বাক্ষৰ কাৰ্যসূচীও গ্ৰহণ কৰে (TMC signature program in Guwahati)৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ(Assam TMC president) নেতৃত্বত প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধৰ লগত কৰবৃদ্ধি বাতিল কৰাৰ শ্ল’গান দিয়ে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST