অসম

assam

হাতীৰ দাঁত জব্দ

By

Published : Mar 13, 2023, 7:54 AM IST

ETV Bharat / videos

Elephant tusks seized at Nazira : হাতীৰ দাঁতসহ এজন আৰক্ষীৰ জালত

আমগুৰি, ১৩ মাৰ্চ : শিৱসাগৰ জিলাৰ নাজিৰাত আৰক্ষীয়ে দুটাকৈ হাতীৰ দাঁতসহ এজনক আটক কৰিবলৈ সক্ষম হৈছে । নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ৬ কেজি ৪৫৫ গ্ৰামৰ হাতীৰ দুটা দাঁতসহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় । যোৰহাটৰ পৰা নাজিৰা দিশে লৈ অহাৰ সময়তে নাজিৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় হাতীৰ দাঁত দুটা (Seized two elephant tusks at Nazira) ৷ 

AS04J3067 নম্বৰৰ এখন বিলাসী বাহনত কঢ়িয়াই লৈ অনা হৈছিল হাতীৰ দাঁত দুটা ৷ বাহনখনৰ ভিতৰত আৰক্ষীয়ে চেলেংহাট টি ষ্টেটৰ ৰাজু নায়ক নামৰ চালকজনক আটক কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত নাজিৰা আৰক্ষীয়ে ধৃত চালকজনক সোধাপোছা অব্যাহত ৰাখিছে (Smuggling Elephant Tusks in Assam)। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্তৰ ৷

ABOUT THE AUTHOR

...view details