অসম

assam

By

Published : Jun 22, 2020, 12:30 PM IST

ETV Bharat / videos

বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক তথ্য

22 জুনৰ দিনটোত সমগ্ৰ বিশ্বতে নতুনকৈ 1,25,283 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19ত ৷ ইয়াৰ লগতে লগতে সমগ্ৰ বিশ্বতে COVID-19ত আক্ৰান্ত লোকৰ সামগ্ৰিক পৰিসংখ্যা বৃদ্ধি পায় 90,46,208 গৰাকীলৈ ৷ আনহাতে সোমবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে 2,920 লোকে ৷ ইয়াৰ সমান্তৰালকৈ বৰ্তমানলৈ সমগ্ৰ বিশ্বতে 4,70,703 গৰাকী লোকে লাৱটি লৈছে মৃত্যুক ৷ বিশ্বৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকা ৷ দেশখনত বৰ্তমানলৈ 23,56,657 গৰাকীলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ তেনেদৰে এই মহামাৰীয়ে ক্ৰমবৰ্ধমান ৰূপ লৈছে ব্ৰাজিল,ৰাছিয়া,ভাৰত আদি দেশতো ৷ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details