অসম

assam

By

Published : Jun 20, 2020, 8:04 PM IST

ETV Bharat / videos

বিশ্বৰ দেশসমূহত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

20 জুনলৈ সমগ্ৰ বিশ্বতে 8,766,035 গৰাকীলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ 462,691 গৰাকী লোকে এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে ৷ বিশ্বৰ দেশসমূহৰ COVID-19ৰ শেহতীয়া তথ্য সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details