অসম

assam

By

Published : Mar 6, 2022, 10:05 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / videos

কৰিমগঞ্জৰ পাথাৰকান্দিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ব্ৰাউন চুগাৰ জব্দ

পাথাৰকান্দি আৰক্ষী থানাৰ এছআই ৰাজপ্ৰতাপ সিংহৰ নেতৃত্বত পাথাৰকান্দি বাইপাছত TR 05 D 0625 নম্বৰৰ এখন অল'ট গাড়ীৰ তালাচী চলাই বনেট আৰু টায়াৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে 27 পেকেট ব্ৰাউন চুগাৰৰ লগতে আটক কৰা হয় দুজন সৰবৰাহকাৰীক(Huge amount of brown sugar seized at Karimganj) । উক্ত ড্ৰাগছ খিনিৰ বজাৰ মূল্য 20 লক্ষাধিক টকা । পাথাৰকান্দিৰ আছিমগঞ্জৰ পৰা ত্ৰিপুৰাৰ ধৰ্মনগৰ অভিমূখে গৈ থকা অৱস্থাত আটক কৰা হয় দুই সৰবৰাহকাৰী চৈফ উদ্দীন আৰু তাজ উদ্দীনক । দুয়োজনৰ ঘৰ ত্ৰিপুৰাৰ ধৰ্মনগৰত ।
Last Updated : Feb 3, 2023, 8:18 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details