অসম

assam

ETV Bharat / videos

দেওবাৰৰ মুসলধাৰ বৰষুণে কিছু সকাহ দিলে দিল্লীবাসীক

By

Published : Jun 7, 2020, 9:13 PM IST

দেওবাৰে পুৱাই অহা এজাক মুসলধাৰ বৰষুণে সম্পূৰ্ণ বাতাবৰণ সলনি কৰি দিয়ে দক্ষিণ পূব দিল্লীৰ ৷ বৰষুণৰ সমান্তৰালকৈ বলা বতাহে বহুদিনৰ উত্তাপৰ পৰা দিল্লীবাসীক কিছু সকাহ দিয়া পৰিলক্ষিত হয় ৷ বৰষুণজাকত তিতি বতৰৰ মজা লৈ দিল্লীবাসীয়ে ৷

ABOUT THE AUTHOR

...view details