অসম

assam

By

Published : Sep 17, 2019, 9:56 PM IST

ETV Bharat / state

ৰাজ্যত পুনৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

মুকংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলত অঘটন ৷ যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰ পি এফৰ জোৱানৰ ৷

ৰাজ্যত পুণৰ চলন্ত ৰেলত ধৰ্ষণৰ অপচেষ্টা

ওদালগুৰি, 17 ছেপ্তেম্বৰ:

  • মুকংচেলেক-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰেলত পুণৰ যুৱতীক ধষৰ্ণৰ অপচেষ্টা
  • গুৱাহাটীৰ এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰপিএফৰ জোৱানৰ
  • অভিযুক্ত জোৱানজন উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পি আৰ শুক্লা
    চলন্ত ৰেলত যুৱতীক ধৰ্ষণৰ অপচেষ্টা আৰ পি এফৰ জোৱানৰ
  • লখিমপুৰৰ পৰা ৰঙিয়ালৈ বান্ধৱীৰ সৈতে যাত্ৰা কৰিছিল যুৱতীগৰাকীয়ে
  • ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ভুক্তভোগী যুৱতীৰ এজাহাৰ
  • ওদালগুৰি আৰক্ষীৰ জিম্মাত অভিযুক্ত আৰপিএফ জোৱান

ABOUT THE AUTHOR

...view details