অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে আছুয়ে ৷

By

Published : Feb 9, 2021, 2:27 PM IST

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

মাৰ্ঘেৰিটা,9 ফেব্ৰুৱাৰীঃমাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ । মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে আছুয়ে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰ’ল- ডিজেলৰ মূল্য বৃদ্ধিয়ে জনতাক মাধমাৰ সুধাইছে ৷ চৰকাৰ খনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ এই দৰে ৰাজ পথলৈ ওলাই আহি আছুয়ে প্ৰতিবাদ সাৱস্ত্য কৰিছে ৷ অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক সকিয়াই দিয়ে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অধিক অৱনতিঃ চিকিৎসালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details