অসম

assam

ETV Bharat / state

তিনিচুকীয়াত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক

ৰহস্যজনক ভাৱে RJ-14-GC-7439 নম্বৰৰ ট্ৰাকখনত থকা চোৰাং কয়লা খিনিৰ গৰাকীৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ডিগবৈ আৰক্ষী ৷

তিনিচুকীয়াত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক

By

Published : Jun 9, 2019, 12:02 AM IST

তিনিচুকীয়া, 8 জুন: তিনিচুকীয়াৰ ডিগবৈত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক ৷ শনিবাৰে তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী পথৰ পৰা এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ডিগবৈ আৰক্ষী ৷ ৰহস্যজনক ভাৱে RJ-14-GC-7439 নম্বৰৰ ট্ৰাকখনত থকা চোৰাং কয়লা খিনিৰ গৰাকীৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ডিগবৈ আৰক্ষী ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি প্ৰশাসনক মেনেজ কৰি একাংশ চোৰাং বেপাৰীয়ে লিডুৰ পৰা চোৰাং কয়লা সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন স্থানীয় সচেতন মহলৰ ৷

তিনিচুকীয়াত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক

ABOUT THE AUTHOR

...view details