অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ ভয়ংকৰ গণপ্ৰহাৰ, মৃত 2

মৃতদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ উত্তেজিত ৰাইজৰ

তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ নিহত এগৰাকী মহিলা

By

Published : Jun 7, 2019, 7:36 PM IST

Updated : Jun 7, 2019, 9:41 PM IST

  • তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ মৃত এগৰাকী মহিলা আৰু এজন পুৰুষ
  • তিনিদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলাৰ মৃতদেহ শৌচাগাৰৰ গাঁতত উদ্ধাৰ হোৱাক কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি
  • মৃতদেহ উদ্ধাৰৰ পিছতে মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেকক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ উত্তেজিত ৰাইজৰ
    তিনিচুকীয়াৰ ৰংপুৰীত গণপ্ৰহাৰ নিহত এগৰাকী মহিলা
  • ঘটনাস্থলীতে মৃত্যু শাহুৱেক ৰাধা তাঁতীৰ
  • গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত স্বামী আজয় তাঁতী তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
  • পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লত অজয় তাঁতীক মৃত ঘোষণা
Last Updated : Jun 7, 2019, 9:41 PM IST

ABOUT THE AUTHOR

...view details