অসম

assam

ETV Bharat / state

কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

কলিকতাত দিব্যজ্যোতি ফুকন বন্ধুসকলৰ পৰা বিচ্ছিন্ন হোৱাত হাঁহাকাৰ পৰিস্থিত সৃষ্টি হয় বন্ধুসকলৰ মাজত । পৰিয়ালৰ লগতে বন্ধুৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ।

By

Published : May 14, 2019, 4:02 PM IST

Updated : May 14, 2019, 5:28 PM IST

কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

তিনিচুকীয়া,১৪ মেঃ কাকপথাৰৰ যুৱক কলিকতাত নিৰুদ্দেশ। যুৱকজন টঙনা গাৱঁৰ দিব্যজ্যোতি ফুকন বুলি জানিব পৰা গৈছে।

কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

উল্লেখ্য যে, নিৰুদ্দেশ হোৱা যুৱকজনে লগৰ ১০গৰাকী বন্ধুৰ সতে ৭মে তাৰিখে কামৰ বাবে হায়দৰাবাদলৈ ৰাওনা হৈছিল ৷ কলিকতালৈকে সকলো একেলগে আছিল যদিও কলিকতাত নোহোৱা হয় যুৱকজন ৷ ইতিমধ্যে পিতৃ ঘনেন ফুকনে পুত্ৰ দিব্যজ্যোতি ফুকন নিৰুদ্দেশৰ ঘটনা টঙনা থানাত অৱগত কৰিছে ৷ পৰিয়ালৰ লগতে বন্ধুৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 6001250335 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।

আন এটা বাতৰি- বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু

Last Updated : May 14, 2019, 5:28 PM IST

ABOUT THE AUTHOR

...view details