অসম

assam

ETV Bharat / state

তেজপুৰ জীয়াভৰলী নৈত ভয়ংকৰ নাও দুৰ্ঘটনা

জীয়াভৰালী নৈত নাও দুৰ্ঘটনা

By

Published : Oct 17, 2019, 2:19 PM IST

Updated : Oct 17, 2019, 5:16 PM IST

14:04 October 17

Boat accident

ভয়ংকৰ নাও দুৰ্ঘটনা
  • তেজপুৰ পাঁচমাইল বিহিয়াৰ জীয়া ভৰলী নদীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা
  • দুৰ্ঘটনাগ্ৰস্ত প্ৰায় ১০০জনীয়া যাত্ৰীৰ এখন মেচিন নাও
  • দুগৰাকী মহিলাক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
  • বৰ্তমানেও সন্ধানহীন 8 টা শিশুসহ কেইবাজনো লোক
  • মেছিন নাওখনত বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ আহিছিল যাত্ৰীসকল
  • ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত নাওখন
  • SDRF বাহিনীৰ অভিযান অব্যাহত
Last Updated : Oct 17, 2019, 5:16 PM IST

ABOUT THE AUTHOR

...view details