অসম

assam

By

Published : Aug 28, 2020, 1:26 PM IST

ETV Bharat / state

সোনাৰীৰ ৰাজপথত দাওদাওকৈ জ্বলিল বাহন

বাহনৰ গৰাকী সাপেখাতি চাৰি আলিৰ ডম্বৰুধৰ গগৈৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

CAR BURNT AT SONARI ROAD
সোনাৰীৰ ৰাজপথত দাউদাউ কৈ জ্বলিল বাহন

শিৱসাগৰ, 28 আগষ্টঃ শুকুৰবাৰে সোণাৰিৰ ৰাজপথৰ ওপৰত জ্বলিল বাহন ৷ সোণাৰিৰ টিয়কঘাটত সংঘটিত হ'ল এই ঘটনা । সাপেখাতিৰ পৰা সোণাৰি অভিমুখী AS-04-P-0195 নম্বৰৰ জেষ্ট বাহনখনত সংঘটিত হয় এই ঘটনা । যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে ৷

সোনাৰীৰ ৰাজপথত দাউদাউ কৈ জ্বলিল বাহন

ইপিনে ঘটনাৰ ফলত বাহনৰ গৰাকী সাপেখাতি চাৰি আলিৰ নিবাসী ডম্বৰুধৰ গগৈৰ কথমপি প্ৰাণ ৰক্ষা পৰে । আনহাতে, ঘটনাস্থলীত লগে লগে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুইত সৰ্ম্পূণৰূপে জাহ যায় বাহনখন ৷

লগতে পঢ়কঃবিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details