অসম

assam

ETV Bharat / state

লক্​ ডাউনৰ মাজতে গছৰ তলত বিহু জুৰিলে ডেকা-গাভৰুৱে

সময়ৰ সোঁতত এসময়ৰ গছতলৰ বিহু মঞ্চত উঠিছিল । বিহু আৱদ্ধ হৈ পৰিছিল কৃত্ৰিম মঞ্চত ।

By

Published : Apr 14, 2020, 8:16 PM IST

গছতলৰ বিহু
গছতলৰ বিহু

শিৱসাগৰ, 14 এপ্ৰিলঃ আজি পহিলা ব'হাগ। আৰম্ভ হ'ল অসমীয়া নৱবৰ্ষ। কিন্তু এইবাৰ যেন কৃষিজীৱি অসমীয়াৰ মাজত নাই ৰঙালীৰ উছাহ। সকলো ঘৰতে আৱদ্ধ । কিন্তু ইয়াৰ মাজতো ডিমৌত কেইগৰাকীমান বিহুৱা-বিহুৱতীয়ে সামাজিক দূৰত্ব বজাই ৰাখি গছৰ তলত বিহু নাচা পৰিলক্ষিত হয় । সময়ৰ সোঁতত এসময়ৰ গছতলৰ বিহু মঞ্চত উঠিছিল । বিহু আৱদ্ধ হৈ পৰিছিল কৃত্ৰিম মঞ্চত । কিন্তু প্ৰকৃতিয়ে যেন পুনৰ পুৰণি সময়লৈ উভতাই নিব বিচাৰিছে পৰম্পৰা-সংস্কৃতিক ৷

গছতলৰ বিহু

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details