অসম

assam

ETV Bharat / state

নগাঁৱত বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ...

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

নগাঁৱত বৃদ্ধি উত্তীৰ্ণৰ হাৰ

By

Published : May 15, 2019, 7:26 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল-

  • আঠ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে উজ্বলিল নগাঁও
  • এইবেলি নগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৫৬.৩৪ শতাংশ
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৩৬৮০ গৰাকী, দ্বিতীয় বিভাগত ৪৫৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৫০৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী
  • পৰীক্ষাত নগাঁৱৰ পৰা অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ২৩৫৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী
  • বিগত বৰ্ষত নগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৪৮.৬০
    নগাঁৱত বৃদ্ধি উত্তীৰ্ণৰ হাৰ

হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল-

  • নগাঁৱত হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৪.৯৭ শতাংশ
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৩৮ গৰাকী, দ্বিতীয় বিভাগত ২৩৮ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৬৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী
  • হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৯৮২ গৰাকী ছাত্ৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details