অসম

assam

চিকিৎসক হোৱাৰ মন তৃতীয় স্থান প্ৰাপ্ত নগাঁৱৰ আফ্ৰিন আহমেদৰ

পৰীক্ষাৰ ফলাফল লাভ কৰা পাচতে উৎফুল্লিত হৈ পৰিছে আফ্ৰিনৰ লগতে পৰিয়াল তথা শিক্ষক-শিক্ষয়ত্ৰী ৷

By

Published : May 15, 2019, 9:09 AM IST

Published : May 15, 2019, 9:09 AM IST

তৃতীয় স্থান প্ৰাপ্ত আফ্ৰিন আহমেদ

তৃতীয় স্থান প্ৰাপ্ত আফ্ৰিন আহমেদ

নগাঁও, 15 মে': চিকিৎসক হোৱাৰ মন হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান প্ৰাপ্ত নগাঁৱৰ আফ্ৰিন আহমেদৰ । পৰীক্ষাৰ ফলাফল লাভ কৰা পাচতে উৎফুল্লিত হৈ পৰিছে আফ্ৰিনৰ লগতে পৰিয়াল তথা শিক্ষক-শিক্ষয়ত্ৰী ৷
তৃতীয় স্থানপ্ৰাপ্ত আফ্ৰিন আহমেদৰ বাসগৃহৰ পৰা ইটিভি ভাৰত অসমৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন.......

ABOUT THE AUTHOR

...view details