অসম

assam

By

Published : Jun 10, 2019, 3:01 PM IST

ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ

জখলাবন্ধাস্থিত বন সংমণ্ডলৰ কাৰ্যালয়ৰ সমীপৰ ইটা ভাটাৰ কাষৰীয়া হাবিৰ পৰা উদ্ধাৰ হয় লাজুকী বান্দৰটো ৷

কলিয়াবৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

কলিয়াবৰ,10 জুন:দেওবাৰে নিশা কলিয়াবৰত বন বিভাগে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰে ৷ কলিয়াবৰৰ জখলাবন্ধাস্থিত বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ এটা ইটা ভাটাৰ কাষৰীয় হাবিৰ পৰা উদ্ধাৰ কৰা হয় লাজুকী বান্দৰটো ৷

কলিয়াবৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

নিশা উদ্ধাৰ কৰা লাজুকী বান্দৰটো পৰৱৰ্তী সময়ত বন বিভাগে কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷ ইপিনে কলিয়াবৰত তেনে বান্দৰৰ প্ৰজাতি নথকাৰ বাবে উল্লেখিত লাজুকী বান্দৰটো কাজিৰঙাৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে‌ ৷

ABOUT THE AUTHOR

...view details