অসম

assam

By

Published : May 25, 2019, 7:42 AM IST

ETV Bharat / state

নগাঁৱৰ জাজৰীত 4 গৰু চোৰ আটক

বিগত কিছুদিন ধৰি নগাঁৱৰ পশ্চিম অঞ্চলত গৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চাৰিটাকৈ গৰু চুৰক জাজৰীৰ হেমাবৰীত হাতে লুটে আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱৰ জাজৰীত আটক 4 গৰু চোৰ

নগাঁও, 25 মেঃ অৱশেষত নগাঁও জাজৰী আৰক্ষীৰ জালত পৰিল চাৰিটাকৈ গৰু চোৰ ৷ বিগত কিছুদিন ধৰি নগাঁৱৰ পশ্চিম অঞ্চলত গৰু চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চাৰিটাকৈ গৰু চুৰক জাজৰীৰ হেমাবৰীত হাতে লোটে আটক কৰে আৰক্ষীয়ে ৷

নগাঁৱৰ জাজৰীত আটক 4 গৰু চোৰ

হেমাবৰী গাৱঁৰ কৃষক এজনৰ ঘৰত গৰু চুৰি কৰিবলৈ যাওঁতেই আৰক্ষীয়ে হাতে লোটে আটক কৰে গৰু চোৰ চাৰিটাক। লগতে জব্দ কৰে গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-02AC-7533 নম্বৰৰ চাৰি চকীয়া মহিন্দ্ৰা মেক্সিম' বাহন ৷ আটকাধীন চুৰ কেইটা ক্ৰমে জুৱেল হক,আজাহাৰ উদ্দিন,ৰাহুল আলম আৰু ছেলিম জাভেদ ৷

ABOUT THE AUTHOR

...view details