অসম

assam

ETV Bharat / state

নগাঁৱত উদ্ধাৰ ৰজা ফেঁটী

14 ফুট দৈৰ্ঘৰ এই সাপডাল ৷

By

Published : Jul 8, 2019, 7:08 PM IST

Updated : Jul 8, 2019, 7:35 PM IST

নগাঁৱত উদ্ধাৰ ৰজা ফেঁতীসাপ

নগাঁও, 8 জুলাইঃ শুকুৰবাৰে নগাঁৱৰ জীয়াজুৰি চাহ বাগিচাৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এডাল ৰজা ফেঁটী ৷ 14 ফুট দৈৰ্ঘৰ সাপডাল উদ্ধাৰ কৰাৰ পিচতে শুকুৰবাৰেই চুৱাঙ্গ হাবিৰ সমীপত এৰি দিয়া হয় সাপডালক ৷

নগাঁৱত উদ্ধাৰ ৰজা ফেঁতীসাপ

সাপ উদ্ধাৰকাৰী বিনোদ দুলু বৰাই অঞ্চলটোত উপস্থিত হৈ ৰজা ফেঁটী সাপডাল উদ্ধাৰ কৰে ৷ সাপডাল প্ৰত্যক্ষ কৰাৰ পিচত অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

Last Updated : Jul 8, 2019, 7:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details