অসম

assam

ETV Bharat / state

ব’হাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান - ETV BHARAT

মৰিগাঁও অঞ্চলক বিধংসী ফেণীয়ে কোবাই গৈছে ৷ চৰম অনিশ্চয়তাত ভোগা কৃষকসকলে আধা পকা অৱস্থাতেই ধান কাটিবলৈ বাধ্য হৈছে ৷

বহাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান

By

Published : May 7, 2019, 8:48 PM IST

মৰিগাঁও, 7 মে': মৰিগাঁৱত কালৰূপী ফেণীৰ কু - প্ৰভাৱৰ ফলত বিভিন্ন অঞ্চলত হেঁপাহৰ ধানখিনি পানীৰ তলত বুৰ গৈছে ৷ ইয়াৰ ফলত এতিয়া আধা পকা অৱস্থাতেই ধান দাবলৈ বাধ্য হৈছে মৰিগাঁওবাসী ৷ অতি কষ্টৰে খেতি কৰা এই চহা কৃষকসকল এতিয়া অনিশ্চয়তাৰ গৰাহত পৰিছে ৷

বহাগৰ আবতৰীয়া বানত বুৰ গ'ল বড়ো ধান

মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত মৰাকলৰ বৰোতলীত প্ৰতিবিঘাই বিশ - পঁচিশ মোন ধান উৎপাদন হোৱা আইজং ধানো সম্প্ৰতি বানৰ কৱলত ।

ABOUT THE AUTHOR

...view details